ভাৰতৰ চুইজাৰলেণ্ড - ভ্রমণৰ সুন্দৰ স্থান
ভাৰতৰ চুইজাৰলেণ্ড - ভ্রমণৰ সুন্দৰ স্থান
আনিনি - অৰুণাচল প্রদেশৰ বিউটি কুইন
অৰুণাচল প্রদেশৰ দিবাং ভেলীত অৱস্থিত আনিনি এক নৈসর্গিক স্থান। প্রত্যেক পর্যটকৰ বাবে সপোন আনিনি ভ্রমণ কৰা। সীমান্তৱর্তী অঞ্চলত অৱস্থিত আনিনিয়ে আপোনাক দিব এক সৰগীয় অনুভূতি।
বৰফেৰে আবৃত সুউচ্চ শৃঙ্গমালা, ডাঠ হাবি-বননি, নীলা হৃদৰ পানী, আৰু ক'ত যে কি .........। ইয়ালৈ আহিলে কিন্তু ট্রেকিং কৰিবলৈ নাপাহৰিব।
কেনেকৈ আনিনিলৈ যাব -
নিকটৱর্তী ৰেল ষ্টেচন - তিনচুকীয়া ( ২৫০ কিলোমিটাৰ)
নিকটৱর্তী এয়াৰপর্ট - ডিব্রুগড় - (৩০০ কিলোমিটাৰ)
হেলিকপ্টাৰ ও পাব -ইটানগৰ হৈ ৰয়িং লৈকে
পথ-পৰিবহণ - প্রথমে তিনচুকীয়া হৈ ডিব্রুগড় যাব লাগিব। তাৰ পিছত ৰয়িংলৈ যাত্রা। ৰয়িংৰ পিছত আনিনিলৈ প্রায় ২৩০ কিলোমিটাৰ যাব লাগিব।
Greetings @ritampro
Plagiarism is not allowed on Steemit. We appreciate you sharing your own content. If you take information from the internet, please include your source.
Source text
https://www.facebook.com/groups/htghimalayantravelgroup/posts/4188168051417991/
Image Source 4
https://www.instagram.com/p/CwR1KTexAAr/?img_index=5